ট্ৰাকৰ পিছফালে খুন্দাঃ থিতাতে নিহত বাইক আৰোহী…

  • পুৱাই বোকাখাতত পথ দুৰ্ঘটনা।
  • বোকাখাতৰ ASTCৰ সন্মুখত সংঘটিত হৈছে এই পথ দুৰ্ঘটনা ।
  • এখন মালবাহী ট্রাকৰ পিছফালে খুন্দা মাৰে বাইকে।
  • দুৰ্ঘটনাত থিতাতে নিহত বাইক আৰোহীজন।
  • নিহত বাইক আৰোহীজন বোকাখাতৰ পৰশমণি বৰা।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/Krkq9us
via IFTTT

Comments