জেহাদীৰ সৈতে জড়িত থকাৰ অভিযোগত পুনৰ এজনক গ্ৰেপ্তাৰ…

- মৰিগাঁৱৰ পৰা পুনৰ জেহাদীৰে এজনক গ্রেপ্তাৰ।
- গ্রেপ্তাৰ আফছাৰুদ্দিন ভূঞা নামৰ এজন লোকক।
- আফছাৰুদ্দিনৰ ঘৰ মৰিগাঁৱৰ মিলনপুৰৰ ৩নং ৱাৰ্ডত।
- AQIS/ABTৰ সৈতে জড়িতৰ অভিযোগ আফছাৰুদ্দিন ভূঞাৰ বিৰুদ্ধে।
- বৃহস্পতিবাৰে আটক কৰা হৈছিল ভূঞাক।
- সোধা পোচাৰ অন্তত তেওঁক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/ZQ1hPJ0
via IFTTT
Comments
Post a Comment