চন্দ্রপুৰত অঘটনঃ ৰাজধানী এক্সপ্রেছে প্রায় ৬কিলোমিটাৰ দূৰত্ব মহটিয়াই নিলে এজন যুৱকক…

- গুৱাহাটীৰ চন্দ্রপুৰত অঘটন।
- ৰাজধানী এক্সপ্রেছে প্রায় ৬কিলোমিটাৰ দূৰত্ব মহটিয়াই নিলে এজন যুৱকক।
- চন্দ্রপুৰৰ ঠাকুৰকুছি ৰে’ল ষ্টেচনত সংঘটিত এই ঘটনা।
- পানীখাইতি ৰে’ল ষ্টেচনৰ পৰা উদ্ধাৰ যুৱকজনৰ মৃতদেহ।
- নিহত যুৱকজন হাজংবাৰী গাঁৱৰ বুলি জানিব পৰা গৈছে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/xIQdc0b
via IFTTT
Comments
Post a Comment