গোলাঘাটত উৎকট গৰমত এজনৰ মৃত্যু…

  • উৎকট গৰমত গোলাঘাটত এজনৰ মৃত্যু।
  • গোলাঘাটৰ বেঙেনাখোৱাত সংঘটিত এই ঘটনা।
  • মৃতদেহটো সৌভিক মৌৰ নামৰ এজন লোকৰ বুলি চিনাক্ত।
  • সৌভিক মৌৰ FCIৰ চাউল কঢ়িওৱা শ্রমিক আছিল।
  • উচ্চ ৰক্তচাপত আক্রান্ত আছিল সৌভিক মৌৰ।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/RTKSYZk
via IFTTT

Comments