আজি ঘোষণা হ’ব ৰাষ্ট্রপতি নির্বাচনৰ ফলাফল…

- আজি ঘোষণা হ’ব ৰাষ্ট্রপতি নির্বাচনৰ ফলাফল।
- ১৮ জুলাইত অনুষ্ঠিত হৈছিল দেশৰ ৰাষ্ট্ৰপতি নিৰ্বাচন।
- এইবাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত এন ডি এৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্ম
- লগতে বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী যশৱন্ত সিনহা।
- ২৫ জুলাইত অনুষ্ঠিত দেশৰ ৰাষ্ট্ৰপতিয়ে শপত গ্ৰহণ কৰিব।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/mz98pR4
via IFTTT
Comments
Post a Comment