মঙলদৈত ভয়ংকৰ পথ দুৰ্ঘটনা, মৃত্যু এজনৰ…

- মঙলদৈৰ আৰেঙত পথ দুৰ্ঘটনা।
- বৃহস্পতিবাৰে সংঘটিত হয় এই দুৰ্ঘটনা।
- পথৰ কাষত সংকটজনক অৱস্থাত উদ্ধাৰ স্কুটী আৰোহীক।
- আহত লোকজনক তীৰ্থ চহৰীয়া বুলি চিনাক্ত।
- গুৰুতৰভাবে আহত চহৰীয়াক চিকিৎসালয়ত ভৰ্তি।
- প্রাথমিক চিকিৎসাৰ অন্তত চহৰীয়াক মৃত ঘোষণা চিকিৎসকৰ।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/OKHM0L2
via IFTTT
Comments
Post a Comment