লেপেটকটা বাগিছাৰ কৰ্তৃপক্ষই ৩ দিনৰ ভিতৰত মইনা নায়কক দিব লাগিব ১৩,৩৩,০৩৪ টকা

  • লেপেটকটা বাগিছাৰ কৰ্তৃপক্ষলৈ সহকাৰী শ্রম আয়ুক্তৰ নিৰ্দেশ।
  • ডিব্রুগড়ৰ সহকাৰী শ্রম আয়ুক্তৰ কাৰ্যালয়ৰ এই নিৰ্দেশ।
  • মইনা নায়কক ক্ষতিপূৰণ আদায়ৰ নিৰ্দেশ।
  • তিনিদিনৰ ভিতৰত আদায় দিব লাগিব ১৩,৩৩,০৩৪ টকা।
  • ১৯ জুলাইত মইনা নায়কৰ লগত হৈছিল ভয়ংকৰ দুৰ্ঘটনা।
  • মেছিনৰ ভিতৰত সোমাই পৰিছিল মইনা।
  • বৰ্তমান জি এম চি এইচত চিকিৎসাধীন হৈ আছে মইনা।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/g6FK9Rh
via IFTTT

Comments