অমৰনাথৰ ভয়ংকৰ ডাৱৰ বিস্ফোৰণত নিহতৰ সংখ্যা বৃদ্ধি…

- অমৰনাথৰ ভয়ংকৰ ডাৱৰ বিস্ফোৰণত নিহতৰ সংখ্যা বৃদ্ধি
- ডাৱৰ বিস্ফোৰণত নিহত তীৰ্থযাত্রীৰ সংখ্যা ১৫জনলৈ বৃদ্ধি
- এতিয়াও সন্ধানহীন আন একাংশ তীৰ্থযাত্রী
- নিখোজ হৈ আছে ৪০ জনৰো অধিক তীৰ্থযাত্রী
- উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ভাৰতীয় সেনাই
- সমান্তৰালকৈ অভিযান চলাইছে SDRF আৰু NDRFএ
- শুকুৰবাৰে বিয়লি ৫.৩০ বজাত সংঘটিত এই ডাৱৰ বিস্ফোৰণ
- ধ্বংস হৈছে অমৰনাথ যাত্রীৰ কুৰিটাৰো অধিক শিবিৰ
- তৎকালীনভাৱে বন্ধ কৰি দিয়া হৈছে অমৰনাথ যাত্রা
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/CcpoVFI
via IFTTT
Comments
Post a Comment