অসম যুৱ অলিম্পিকত অঘটন, চাইক্লিং ট্রেকত খেলুৱৈক খুন্দিয়ালে বাইকে

- অসম যুৱ অলিম্পিকত অঘটন।
- শনিবাৰে সংঘটিত হয় এই ঘটনা।
- সোণাপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথত ৰোড চাইকেলিং কৰাৰ সময়ত অঘটন।
- চাইক্লিং ট্রেকত খেলুৱৈক খুন্দিয়ালে বাইকে।
- গুৰুতৰভাৱে আঘাতপ্রাপ্ত চাইক্লিং খেলুৱৈ দিগন্ত দাস।
- গুৰুতৰভাৱে আহত খেলুৱৈগৰাকী GMCHলৈ প্রেৰণ
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/Ker3YC7
via IFTTT
Comments
Post a Comment