নগৰবেৰাত ড্ৰাগছ বিৰোধী অভিযানঃ এজনক আটক, দুজনৰ পলায়ন…

  • নগৰবেৰাৰ টুপামাৰীত ড্রাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।
  • দুটাকৈ স্থানত চলিল ড্রাগছ বিৰোধী অভিযান।
  • বৃহৎ পৰিমাণৰ নিচা জাতীয় দ্রৱ্যসহ এজনক আটক।
  • ছাদেক আলী নামৰ ড্রাগছ সৰবৰাহকাৰীটোক আটক আৰক্ষীৰ।
  • পলায়ন আন দুই সৰবৰাহকাৰী লুটফৰ ৰহমান, বাক্কাৰ আলীৰ।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/6EAc0gt
via IFTTT

Comments