সোণতলিত ড্ৰাগছ বিক্ৰী কৰাৰ অৱস্থাতে আটক দুজনক…

- দক্ষিণ কামৰূপৰ সোণতলিত ড্রাগছৰ বিৰুদ্ধে অভিযান।
- আৰক্ষীয়ে চলাইছে এই অভিযান।
- অভিযানত আটক ড্রাগছসহ দুই ড্রাগছ সৰবৰাহকাৰী।
- ড্রাগছ বিক্রী কৰি থকা অৱস্থাতে আটক জীয়াৰুল হকক।
- আটক নুৰ ইছলাম নামৰ আন এটা ড্রাগছ সৰবৰাহকাৰীক।
- উদ্ধাৰ ৯ টাকৈ ড্রাগছভৰ্তি কণ্টেইনাৰ।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/24UBEyI
via IFTTT
Comments
Post a Comment