দেৰগাঁৱৰ মিছমৰাত দোকানত সোমালগৈ বাহনঃ নিহত এজন…

- দেৰগাঁৱৰ মিছামৰাত ভয়ংকৰ দুৰ্ঘটনা।
- নিয়ন্ত্রণ হেৰুৱাই পথৰ কাষৰ দোকানত সোমাল গৈ বাহন।
- দুৰ্ঘটনাত থিতাতে নিহত দোকানখনৰ স্বত্বাধিকাৰী।
- নিহত ব্যক্তিজনৰ নাম দুল দত্ত।
- আনহাতে এই ঘটনাত আহত হৈছে আন এজন।
- আহত লোকজন হৰেন দত্ত।
- হৰেন দত্তক চিকিৎসালয়লৈ প্রেৰণ কৰা হৈছে।
- দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন বাহনখনৰ চালকৰ।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/XzrWuN2
via IFTTT
Comments
Post a Comment