তিনিচুকীয়াত পুনৰ আৰক্ষী-সেনাৰে আলফাৰ গুলীয়াগুলী…

- তিনিচুকীয়াত গুলীয়াগুলী।
- জিলাখনৰ ১নং কুজুপথাৰত সংঘটিত হৈছে এই ঘটনা।
- আৰক্ষী-সেনাৰে আলফাৰ গুলীয়াগুলী।
- আৰক্ষীলৈ লক্ষ্য কৰি গ্রেনেড নিক্ষেপ আলফা(স্বাঃ)ৰ।
- এই পৰ্যন্ত জানিব পৰা হোৱা নাই হতাহতিৰ খবৰ।
- ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ আটংক।
- কিছু দিন পূৰ্বে কাকপথাৰত সেনা-আৰক্ষীৰে আলফাৰ ৬ জনীয়া এটি গোটৰ সংঘাট হৈছিল।
- ঘটনাত নিহত হৈছিল এজন আলফা সদস্য।
- ৬ জনীয়া আলফাৰ দলটোক বিচাৰি আৰক্ষীয়ে অব্যাহত ৰাখিছিল অভিযান।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/ElkucRA
via IFTTT
Comments
Post a Comment