পুনৰ লুইতত জাপ দি আত্মহত্যাৰ চেষ্টা এজনৰ…

  • মহানগৰীত পুনৰ আত্মহত্যাৰ চেষ্টা।
  • উজানবজাৰ ঘাটত ব্রহ্মপুত্রত জাঁপ এজন লোকৰ।
  • স্থানীয় লোক এছ ডি আৰ এফ, লতাশিল আৰক্ষীৰ তৎপৰতাত উদ্ধাৰ লোকজনক।
  • লুইতত জাপ দিয়া লোকজনক এতিয়াও চিনাক্ত কৰা হোৱা নাই।
  • বৰ্তমান GMCHত চিকিৎসাধীন অচিনাক্ত লোকজন।
  • লোকজন মানসিকভাবে বিকাৰগ্রস্তৰ সন্দেহ।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/x8KI7Li
via IFTTT

Comments