কামপুৰত ড্রাগছ সহ এজনক গ্রেপ্তাৰ

- কামপুৰ কাকতিগাঁৱত ড্রাগছসহ এজনক গ্রেপ্তাৰ।
- গাঁওৰক্ষী বাহিনীৰ সহযোগত গ্রেপ্তাৰ হোজাই আলী নামৰ লোকজনক।
- নগাঁৱৰ পৰা চেঙাজান অভিমুখে গৈ থকা অৱস্থাত গ্রেপ্তাৰ।
- হোজাই আলীৰ পৰা জব্দ ড্রাগছভৰ্তি ২০টা কণ্টেইনাৰ।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/6IsCZlq
via IFTTT
Comments
Post a Comment