সীমান্তত হাতে হাতে অস্ত্ৰলৈ অসমীয়াৰ ঘৰ ভাঙি আক্ৰমণ অৰুণাচলী দুৰ্বৃত্তৰ…

  • পুনৰ সীমান্তত উত্তপ্ত পৰিস্থিতি।
  • এইবাৰ ধেমাজিৰ পাণবাৰীৰ অসম-অৰুণাচল সীমান্তত উত্তপ্ত পৰিস্থিতি।
  • অসমীয়াৰ ঘৰ ভাঙিলে অৰুণাচলীয়ে।
  • হাতে হাতে অস্ত্ৰলৈ অৰুণাচলীয়ে আক্ৰমণ কৰিলে অসমীয়া লোকক।
  • অৰুণাচলী দুৰ্বৃত্তই অসমৰ মাটি দখল কৰি স্থাপন কৰিছে সুৰাৰ বিপনী।
  • কৃষিকাৰ্য কৰিবলৈ লোৱাত বাধা প্রদান সীমান্তৱৰ্তী অসমীয়া গঞাৰ।
  • অসম-অৰুণাচল সীমান্ত সমস্যাৰ দূৰ কৰিবৰ বাবে দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ মাজত অনুষ্ঠিত হৈছে বৈঠক।
  • তেনে সময়তে সংঘটিত হোৱা এই ঘটনাই এতিয়া ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে।
  • ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোতে ব্যাপক উত্তেজনা।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/PFabopH
via IFTTT

Comments