ৰাজ্যত ৯৮ জন লোক আক্ৰান্ত হ’ল জাপানীজ এনকেফ্লাইটিজত…

- ৰাজ্যত বৃদ্ধি পাইছে জাপানীজ এনকেফ্লাইটিজত আক্ৰান্তৰ সংখ্যা।
- সোমবাৰৰ দিনটোত মুঠ ১২ গৰাকী লোক আক্ৰান্ত হ’ল জাপানীজ এনকেফ্লাইটিজত।
- চিৰাং, দৰং, তিনিচুকীয়াত এজনকৈ লোক আক্ৰান্ত হৈছে জাপানীজ এনকেফ্লাইটিজত।
- আনহাতে নগাওঁ, কৰিমগঞ্জ, শোণিতপুৰত ২ জনকৈ লোক আক্ৰান্ত হৈছে জাপানীজ এনকেফ্লাইটিজত।
- মৰিগাওঁত তিনিজনৰ আক্ৰান্ত হৈছে এই ৰোগত।
- আনহাতে সোমবাৰৰ দিনটোত মুয ২ জন লোকৰ মৃত্যু হৈছে।
- ইয়াৰে এজন বৰপেটা আৰু আনজন যোৰহাটৰ।
- বৰ্তমানলৈকে ৰাজ্যত মুঠ ৯৮ গৰাকী লোক জাপানীজ এনকেফ্লাইটিজত আক্ৰান্ত হোৱাৰ বিপৰীতে ১০ জন লোকৰ মৃত্যু হৈছে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/rvaSjMg
via IFTTT
Comments
Post a Comment