সমগ্ৰ দেশৰ লগতে গুৱাহাটীত ড্রাগছ দাহন কাৰ্যসূচী..

- শনিবাৰে গুৱাহাটীত দাহন কৰা হ’ব ৬ হাজাৰ ৭৬১ কিলোগ্রাম ড্রাগছ।
- দিল্লীত দাহ কৰা হ’ব ১৯ হাজাৰ ৩২০ কিলোগ্রাম ড্রাগছ।
- শনিবাৰে দাহন কৰা হ’ব সৰ্বমুঠ ৩০ হাজাৰ ৪৬৮ কিলোগ্রাম ড্রাগছ।
- গৃহমন্ত্রীৰ উপস্থিতিত ভিডিঅ’ কনফাৰেন্সযোগে সম্পন্ন কৰা হ’ব দাহন কাৰ্য।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/8O7hTtP
via IFTTT
Comments
Post a Comment