আমিনগাঁৱৰ ইনলেণ্ড কণ্টেইনাৰ ডিপুত বিধ্বংসী অগ্নিকাণ্ডঃ ট্ৰেইলাৰ ভস্মীভূত, ট্ৰেইনৰ এটা অংশৰো ক্ষতি…

- আমিনগাঁৱত অঘটন।
- আমিনগাঁৱৰ ইনলেণ্ড কণ্টেইনাৰ ডিপুত অগ্নিকাণ্ড।
- অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত এখন ট্রেইলাৰ গাড়ী।
- এখন মালবাহী ট্রেইনৰো কিছু অংশ ভস্মীভূত অগ্নিকাণ্ডত।
- শ্বৰ্ট চাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ডৰ সূত্রপাত হোৱাৰ সন্দেহ।
- ৬খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নিৰ্বাপন।
- অগ্নিকাণ্ডৰ পৰা কথমপি প্রাণ ৰক্ষা দাঁতিকাষৰীয়া অঞ্চলবাসী।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/oKtCX3p
via IFTTT
Comments
Post a Comment