ভূপালত উদ্ধাৰ কোকৰাঝাৰৰ যুৱতী…

- ভূপালত উদ্ধাৰ অসমৰ যুৱতী।
- কোকৰাঝাৰৰ পৰা সন্ধানহীন হৈছিল যুৱতীগৰাকী।
- কোকৰাঝাৰ আৰক্ষীয়ে উদ্ধাৰ কৰিলে যুৱতীগৰাকী।
- আনহাতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এজন যুৱককো।
- আজি যুৱকজনৰ সৈতে যুৱতীগৰাকীক লৈ অহা হয় কোকৰাঝাৰলৈ।
- যোৱা ৩০জুনৰ পৰা সন্ধানহীন হৈ আছিল যুৱতীগৰাকী।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/ScyQr7W
via IFTTT
Comments
Post a Comment