গোলাঘাটত ১৪৪ ধাৰা জাৰি, সম্পূৰ্ণৰূপে নিষিদ্ধ গাহৰিৰ মাংস বিক্রী

- গোলাঘাটত জিলা প্রশাসনৰ ১৪৪ ধাৰা জাৰি।
- জিলাখনত সম্পূৰ্ণৰূপে নিষিদ্ধ গাহৰিৰ মাংস বিক্রী।
- ছোৱাইন ফ্লুৰ সংক্রমণৰ বাবেই জিলা প্রশাসনৰ এই নিৰ্দেশনা।
- ১৪৪ ধাৰাৰ অধীনত নিষিদ্ধ কৰিছে গাহৰি মাংস বিক্রী।
- ২২ আগষ্টলৈকে বাহাল থাকিব প্রশাসনৰ এই নিৰ্দেশনা।
- নিৰ্দেশনা উলংঘনকাৰীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্রহণৰ সকিয়নী।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/lzCQneB
via IFTTT
Comments
Post a Comment