আজিৰ দিনটোত ২১১ জনৰ দেহত ধৰা পৰিল কোভিড…

  • ৰাজ্যত কোভিডৰ সংক্রমণ অব্যাহত।
  • শনিবাৰৰ দিনটোত ৰাজ্যত ২১১জন লোক কোভিডত আক্রান্ত।
  • কামৰূপ মহানগৰ জিলাত ৮৮জন লোক আক্রান্ত হৈছে কোভিডত।
  • নলবাৰীত শুকুৰবাৰে ৮জন লোক আক্রান্ত।
  • শনিবাৰৰ দিনটোত কোভিড পজিটিভিটী ৰেট ১২.৪০ শতাংশ।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/kVA7rvj
via IFTTT

Comments