নিশা মহানগৰীত দুৰ্ঘটনাঃ সংকটজনক অৱস্থাত এজনক জি এম চি এইছত ভৰ্তি….

  • নিশাৰ মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা।
  • উলুবাৰীৰ বি কে কাকতি ৰোডত সংঘটিত হয় এই দুৰ্ঘটনা।
  • স্পীডবেকাৰত নিয়ন্ত্রণ হেৰুৱাই দুৰ্ঘটনাত পতিত স্কুটী আৰোহী।
  • দুৰ্ঘটনাত গুৰুতৰভাৱে আহত স্কুটী আৰোহীজন।
  • আহত স্কুটী আৰোহীজনক জি এম চি এইছত ভৰ্তি।
  • জানিব পৰা মতে আহত স্কুটী আৰোহীজনৰ অৱস্থা সংকটজনক।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/KkxPFNQ
via IFTTT

Comments