মমতা বেনাৰ্জীক পুনৰ মুখ্যমন্ত্ৰী হ’বলৈ নিদিয়ে কে এল অ’য়ে….

  • পুনৰ হুংকাৰ দিছে কমতাপুৰ লিবাৰেছন অৰগেনাইজেশ্যনে।
  • বংগৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জীৰ বিৰুদ্ধে হুংকাৰ কে এল অ’ৰ।
  • মমতা চৰকাৰৰ বিৰুদ্ধে যুঁজ দিয়াৰ হুংকাৰ কে এল অ’ৰ নেতা জীৱন সিংহৰ।
  • বংগত পুনৰ মমতা বেনাৰ্জীক মুখ্যমন্ত্রী হ’বলৈ নিদিয়ে কে এল অ’য়ে।
  • কোচ-কমতাপুৰ ৰাজ্য গঠনক লৈও সক্রিয় হৈ পৰিছে সংগঠনটো।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/1MIhUX6
via IFTTT

Comments