মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই হাউলীৰ পৰা গ্ৰেপ্তাৰ পংকজ পাঠক

- অৱশেষত গ্ৰেপ্তাৰ কৰা হ’ল পংকজ পাঠকক ।
- হাউলীৰ পৰা গ্ৰেপ্তাৰ পংকজ পাঠকক ।
- বুধবাৰে নিশাৰ ভাগত গ্ৰেপ্তাৰ হয় পংকজ পাঠক।
- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে স্বয়ম্ভূ আচাৰ্য পংকজ পাঠকক।
- হাউলীৰ পৰা গুৱাহাটীলৈ অনা হ’ব মহিলাক অপদস্থ কৰা স্বয়ম্ভূ আচাৰ্য পংকজ পাঠকক।
- ৰাজ্যৰ বিভিন্ন স্থানত পাঠকৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/N9r85Hq
via IFTTT
Comments
Post a Comment