সন্ধান ওলাল অৰুণাচলত সন্ধানহীন ৪ শ্ৰমিকৰ, ১৫ শ্ৰমিকৰ এতিয়াও নাই খবৰ…

- অৰুণাচলৰ ডামিনত সন্ধান ওলাল চাৰি জন শ্রমিকৰ।
- BRO বেষ্ট কেম্পলৈ ঘূৰি আহিল শ্রমিক কেইজন।
- কৰ্মস্থলীৰ পৰাই সন্ধানহীন হৈছিল ১৯জন শ্রমিক।
- এতিয়াও সন্ধান নাই আন ১৫জন শ্রমিকৰ।
- শ্ৰমিক সকলক ইণ্ডো- চীন সীমান্তৰ ওচৰত ডামিন চক্ৰৰ পথৰ কাম শেষ কৰিবলৈ অনা হৈছিল।
- শ্ৰমিক সকলে ঈদৰ বন্ধ নোপোৱাৰ বাবে তেওঁলোক পলাই আহিছিল আৰু সন্ধাহীন হৈছিল।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/K6BExID
via IFTTT
Comments
Post a Comment