আজি ঘৰলৈ অনা হ’ব মণিপুৰৰ ভূমিস্খলনত মৃত্যু হোৱা কমলেশ্বৰৰ মৃতদেহ…

  • অৱশেষত উদ্ধাৰ হ’ল কমলেশ্বৰ তালুকদাৰৰ মৃতদেহ।
  • সোমবাৰে স্বগৃহলৈ অনা হ’ব ৰে’ল অভিযন্তা কমলেশ তালুকদাৰৰ মৃতদেহ।
  • ২৯ জুনত মণিপুৰৰ ভূমিস্খলনত সন্ধানহীন হৈছিল কমলেশ তালুকদাৰ।
  • শনিবাৰে উদ্ধাৰকাৰী বাহিনীয়ে উদ্ধাৰ কৰে ৰে’ল অভিযন্তাগৰাকীৰ মৃতদেহ।
  • গোলকগঞ্জৰ কালডোৱালৈ অনাৰ পিছত সম্পন্ন কৰা হ’ব শেষকৃত্য


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2lM7nVE
via IFTTT

Comments