লংকাত পথ দুৰ্ঘটনা, তীব্ৰবেগী বাইকৰ খুন্দাত নিহত মহিলা…

- লংকাৰ বামুণগাঁও চাৰিআলীত পথ দুৰ্ঘটনা।
- দ্রুতবেগী মটৰ চাইকেলৰ খুন্দাত নিহত এগৰাকী মহিলা।
- নিহত মহিলাগৰাকী বামুণগাঁৱৰ গুলনেহাৰ বেগম।
- দুৰ্ঘটনাত আহত মটৰচাইকেল আৰোহীজন।
- আৰক্ষীয়ে জব্দ কৰে দুৰ্ঘটনা সংঘটিত কৰা মটৰচাইকেলখন
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/WrYQlD8
via IFTTT
Comments
Post a Comment