গুৱাহাটীৰ বশিষ্ঠত কেইবাখনো দোকান ভস্মীভূতঃ অগ্নি নিৰ্বাপক বাহিনীৰ জুই নিৰ্বাপনৰ চেষ্টা…

  • গুৱাহাটী মহানগৰৰ বশিষ্ঠত বিধ্বংসী অগ্নিকাণ্ড।
  • অগ্নিকাণ্ডত জাহ গ’ল কেইবাখনো দোকান।
  • ৰাষ্ট্ৰীয় ঘাই পথৰ কাষতে লাগি থকা দোকানত সংঘটিত হয় এই অগ্নি কাণ্ড।
  • অগ্নি নিৰ্বাপক বাহিনী পলমকৈ উপস্থিত হোৱাৰ বাবেই অধিক ক্ষতি হোৱাৰ অভিযোগ।
  • ৪ খনকৈ দোকান সম্পূৰ্ণ ৰূপে ভস্মীভূত।
  • এতিয়াও কেইবাখনো দোকান জ্বলি আছে।
  • অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নুমুৱাবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে।
  • চৰ্ট শ্বাৰ্কিটৰ বাবেই এই অগ্নিকাণ্ডৰ সন্দেহ।
  • ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা।
  • স্থানীয় লোক আৰু আৰক্ষীৰ মাজত কথাৰ কটাকটি।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/8NpXwZv
via IFTTT

Comments