মহানগৰীত চাঞ্চল্য, চোৰ বুলি গাড়ীৰ কৰ্মচাৰীক প্ৰহাৰ…

ডিজিটেল ডেস্ক: মহানগৰীৰ নলাপাৰাত চাঞ্চল্যৰ ঘটনা সংঘটিত হয়। গাড়ীৰ কৰ্মচাৰীক প্রহাৰক লৈ চাঞ্চল্য সমগ্ৰ অঞ্চলটোত।
চোৰ বুলি গাড়ীৰ কৰ্মচাৰী বিলাত আলীক প্রহাৰ দুই যুৱকৰ। মনোজ আৰু অৱদেশ নামৰ দুই যুৱকৰ বিৰুদ্ধে প্রহাৰৰ অভিযোগ উত্থাপন হৈছে।
দুই যুৱকে মৰিয়াই মৰিয়াই বিলাত আলীক চমজাই দিয়ে আৰক্ষীক । তাৰপাছতেই থানাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে বিলাত আলীৰ সহযোগীয়ে।
আৰু পঢ়ক: চোৰৰ উপদ্ৰৱ: নাৰায়ণপুৰৰ যমুনাখাতত গাঁওৰক্ষী বাহিনী গঠন…
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/Kxz935O
via IFTTT
Comments
Post a Comment