আজিৰ পৰা বাৰ্মিংহামত কমনৱেলথ গেমছ ২০২২, অসমৰ পৰা ৭ খেলুৱৈ…

ডিজিটেল ডেস্ক: আজিৰ পৰা বাৰ্মিংহামত কমনৱেলথ গেমছ ২০২২ৰ আৰাম্ভণী। ভাৰতীয় দলত আছে অসমৰ ৭ গৰাকী সুযোগ্য সন্তান ।
বক্সিঙত লাভলীনা বৰগোহাঁই আৰু শিৱ থাপা, এথলেটিকছত হিমা দাস, ভাৰোত্তোলনত পপী হাজৰিকা,লনবলত তানিয়া চৌধুৰী, নয়নমণি শইকীয়া, মৃদুল বৰগোহাঁই।
৭০ কিলোগ্রাম লাইট মিডলৱেইট শাখাত লাভলীনা বৰগোহাঁই, ৬৩.৫ কিলোগ্রাম লাইট ৱেলটাৰৱেইট শাখাত শিৱ থাপা, এথলেটিকছৰ ২০০ মিটাৰ, 4×100 ৰীলেত হিমা দাস হিমা দাসে খেলিব।
আৰু পঢ়ক: ঢকুৱাখনাৰ বগৰী গাঁৱত প্ৰকাণ্ড অজগৰ উদ্ধাৰ
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/pjwuPaK
via IFTTT
Comments
Post a Comment