অবৈধভাৱে ৩ বাহনত সৰবৰাহ ৫৫ ৰো অধিক গৰুঃ কলিয়াবৰ আৰক্ষীৰ অভিযানত জব্দ…

  • ৰাজ্যত অব্যাহত আছে গৰুৰ অবৈধ বেহা।
  • পুনৰ কলিয়াবৰৰ কুঠৰীত জব্দ অবৈধভাৱে সৰবৰাহ কৰা গুৰ।
  • তিনিখনকৈ অবৈধ গৰুভৰ্তি বাহন জব্দ কৰিছে আৰক্ষীয়ে।
  • গাড়ীকেইখনত আছিল ৫৫টাৰো অধিক গৰু।
  • আৰক্ষীয়ে জব্দ কৰিছে দুখন টাটা ম’বাইল আৰু এখন বলেৰ’ পিকআপভান।
  • আৰক্ষীয়ে বাহনখনকেইখনৰ সৈতে আটক কৰিছে বাহনৰ চালকক।
  • আটকাধীন চালক কেইজন ক্ৰমে- সুৰেন মণ্ডল, বিনোদ বাউৰি, জুলফিকৰ আলী।
  • আনহাতে এখন বাহনৰ চালক ঘটনাস্থলীৰ পৰা পলায়ন কৰে।
  • জব্দ কৰা বাহনকেইখনৰ নম্বৰ AS-03 CC 2541, AS-12 BC 8192 আৰু AS-02 CC 9025।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/x9RtBEa
via IFTTT

Comments