কলিয়াবৰত উৎকট গৰমত মৃত্যু এজনৰ…

  • কলিয়াবৰত অঘটন, মৃত্যু এজন লোকৰ।
  • উৎকট গৰমৰ ফলত মৃত্যু হোৱাৰ সন্দেহ লোকজনৰ।
  • কলিয়াবৰৰ বামুণী পথাৰত সংঘটিত হৈছে এই অঘটন।
  • মৃত লোকজন বামুণী পথাৰৰ চমৰা ভূমিজ।
  • নিশা শুই থকা অৱস্থাতে মৃত্যু লোকজনৰ।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/6Ze9F2b
via IFTTT

Comments