গুৱাহাটীৰ ৮ টা পথৰ নাম সলনি, কালাপাহাৰৰ নতুন নাম নিলাচল নগৰ

  • মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পাছতেই তৎপৰ গুৱাহাটী পৌৰ নিগম।
  • গুৱাহাটীৰ ৮ টা পথৰ সলনি হ’ব নাম।
  • কালাপাহাৰ নাম হ’ব নিলাচল নগৰ।
  • চাৰাবভটিৰৰ নাম হ’ব আৰ্য নগৰ।
  • আন ৬টা পথৰো নাম শীঘ্ৰে সলনি হ’ব।
  • ইতিমধ্যে ৫-৬ টা ৰাস্তাৰ নাম সলনি হৈছে আৰু ৰাস্তাৰ নাম সলনি হ’ব


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/cv9tKoe
via IFTTT

Comments