বশিষ্ঠত চোৰে চলালে চাফাই অভিযান…

  • পুনৰ গুৱাহাটী মহানগৰীত চুৰি কাণ্ড।
  • মহানগৰীৰ বশিষ্ঠৰ গণেশনগৰত চোৰে চলালে চাফাই অভিযান।
  • দিলীপ দাস নামৰ লোকজনৰ বাসগৃহত চোৰে চলালে লুটপাত।
  • বহিঃৰাজ্যত ফুৰিবলৈ যোৱাৰ সুযোগত চোৰে চলালে চাফাই অভিযান।
  • চোৰে লুটি নিলে মূল্যৱান সা-সামগ্রী।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/F9EjlZz
via IFTTT

Comments