বালিপাৰাত নৈত গা ধুবলৈ গৈ এটি শিশুৰ সলিল সমাধিঃ আন এটি শিশু এতিয়াও সন্ধানহীন…

- শোণিতপুৰৰ বালিপাৰাত অঘটন।
- জৰাসৰ নৈত গা ধুবলৈ গৈ সলিল সমাধি এটি শিশুৰ।
- বন্ধুৰ সৈতে গা ধুবলৈ গৈছিল শিশুটিয়ে।
- মৃত শিশুটিৰ নাম নয়ন কৰ্মকাৰ।
- সন্ধানহীন দেৱজিৎ বাগ নামৰ আন এটি শিশু।
- দেৱজিৎ বাগৰ সন্দান অব্যাহত ৰাখিছে প্ৰশাসন তথা স্থানীয় ৰাইজে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/Kb6sSBi
via IFTTT
Comments
Post a Comment