সত্য প্ৰমাণ হোৱাৰ দিশে এক্সিট পোলঃ পঞ্জাৱত বৃহৎ ব্যৱধানত আগবাঢ়িছে আপ…

- সত্য প্ৰমাণ হোৱাৰ দিশে এক্সিট পোল।
- পঞ্জাৱত বৃহৎ ব্যৱধানত আগবাঢ়িছে আপ।
- ৮৮ খন আসনত আগাবাঢ়ি আছে আপ।
- কংগ্ৰেছ আগবাঢ়ি আছে ১৫ খন আসনত।
- আকালি দল আগবাঢ়ি আছে ৮ খন আসনত।
- আৰু বিজেপি আগবাঢ়ি আছে ৪ খন আসনত।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/9Lr4UDR
via IFTTT
Comments
Post a Comment