আজিৰে পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন…

- আজিৰে পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন।
- বাজেট অধিবেশনত উত্থাপন হ’ব ৯ খনকৈ বিধেয়ক।
- ১৬ মাৰ্চত পূৰ্ণাংগ বাজেট দাখিল কৰিব বিত্ত মন্ত্ৰী অজন্তা নেওগে।
- এইবাৰ বাজেট অধিবেশনত গল্ফ কাৰ্টত আহিব বিধায়কসকল।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/6LcXCOA
via IFTTT
Comments
Post a Comment