পৌৰসভা নিৰ্বাচন: ৫০ খন পৌৰসভাৰ ফলাফল ঘোষণা, বিজেপি- ৪৯ ,কংগ্ৰেছ -১

- এতিয়ালৈকে ঘোষণা হোৱা ৪৯ খন পৌৰসভা বিজেপিৰ দখলত।
- ১খন পৌৰসভা দখল কৰিছে কংগ্ৰেছে।
- তিতাবৰ পৌৰসভা বিজেপিৰ দখলত।
- মুঠ ৮০ খন পৌৰসভাৰ বাবে অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ।
- ৮০খন পৌৰসভাৰ ৯৭৭ টা ৱাৰ্ড আছিল যদিও এটা ৱাৰ্ডত হোৱা নাছিল নিৰ্বাচন।
- পাটাচাৰকুচি পৌৰসভাৰ অন্তৰ্গত সেই ৱাৰ্ডটোত এগৰাকী প্ৰাৰ্থীৰ মৃত্যুৰ বাবেই নিৰ্বাচন অনুষ্ঠিত হোৱা নাছিল।
- দেওবাৰে অনুষ্ঠিত হৈছিল পৌৰসভা নিৰ্বাচন।
- ৫৭টা ৱাৰ্ডত বিনা প্ৰতিদ্বন্দ্বিতাৰে প্ৰাৰ্থী নিৰ্বাচিত হৈছিল।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/USmq2AD
via IFTTT
Comments
Post a Comment