অসমত শনিবাৰে কোৰোনাত আক্ৰান্ত এজন…

ডিজিটেল ডেস্কঃ– বিগত দুটা দিন অসমত এজনো লোক কোৰোনাত আক্ৰান্ত হোৱা নাছিল যদিও শনিবাৰে কোৰোনাত আক্ৰান্ত হৈছে এগৰাকী লোক।
স্বাস্থ্য বিভাগে সদৰি কৰা অনুসৰি শনিবাৰে অসমত ১গৰাকী লোক নতুনকৈ কোৰোনাত আক্ৰান্ত হোৱাৰ লগতে ৩গৰাকী ৰোগী আৰোগ্য হৈ ঘৰলৈ উভটিছে।
অসমত বৰ্তমান চিকিতসাধীন হৈ আছে ১৯গৰাকীকৈ লোক। উল্লেখ কৰা প্ৰয়োজন যে, শনিবাৰে আক্ৰান্ত হোৱা লোকগৰাকী হৈছে কামৰূপ মেট্ৰৰ।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/gIAyTVt
via IFTTT
Comments
Post a Comment