চৰাইদেউ জিলাত গুণোৎসৱৰ নামত বেমেজালি…

ডিজিটেল সংবাদ, চৰাইদেউ: চৰাইদেউ জিলাত শিক্ষা বিভাগৰ গুণো উৎসৱৰ নামত চূড়ান্ত প্ৰহসন । মঙলবাৰে নিশা ন বজালৈকে শিক্ষক সমাজে লাভ কৰিব পৰা নাই গুণোৎসৱৰ প্ৰশ্ন কাকত।
জিলাখনৰ বিভিন্ন প্ৰান্তৰ দূৰণী বতীয়া শিক্ষকৰ বিলৈ। এফালে শিক্ষক সমাজৰ ক্ষোভ,আনফালে শিক্ষা বিষয়াই সমগ্ৰ ঘটনা গাপ দিয়াৰ চেষ্টা।
লক্ষণীয় বিষয় যে অহা কালিলৈ পুৱা ভাগত অনুষ্ঠিত হব গুণো উৎসৱ। কিন্তু বহু নিশা পৰ্য্যন্ত শিক্ষকে লাভ কৰা নাই যাৱতীয় নথি পত্ৰ।
আৰু পঢ়ক: আজিৰে পৰা ৰাজ্যৰ ৪৬ হাজাৰ বিদ্যালয়ত হ’ব গুণোৎসৱ…
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/lLnkTVe
via IFTTT
Comments
Post a Comment