কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদ নিৰ্বাচন হ’ব…

- আজি বৃহস্পতিবাৰে ঘোষণা হ’ব কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ দিন।
- ৰাজ্যিক নিৰ্বাচন আয়োগে ঘোষণা কৰিব নিৰ্বাচনৰ দিন।
- দিনৰ ১২ বজাত ঘোষণা কৰা হ’ব নিৰ্বাচনৰ দিন।
- কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুঠ আসনৰ সংখ্যা ২৬ খন।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/yma40Yf
via IFTTT
Comments
Post a Comment