মৰিগাঁৱৰ ৪১ জন গাঁও প্ৰধানক কৰ্মৰ পৰা অব্যাহতি…

- মৰিগাঁৱৰ পাঁচটা ৰাজহ ক্ৰমে মৰিগাঁও, মায়ং, মিকিৰভেটা, লাহৰিঘাট, ভূৰাগাওঁ চক্ৰ একেলগে ৪১ জন গাওঁ প্ৰধানক কৰ্মৰ পৰা অব্যাহতি।
- ৬৫ বছৰ বয়সৰ উৰ্দ্ধৰ সকলো গাওঁ প্ৰধানক অব্যাহতি মৰিগাঁও জিলা উপায়ুক্তৰ।
- গাওঁ প্ৰধান সকলৰ সকলো নথি-পত্ৰ, ছীল-মোহৰ সমূহ চক্ৰ বিষয়া কাৰ্য্যালয়ত জমা কৰাৰ নিৰ্দেশ জাৰি।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/GEh2U3i
via IFTTT
Comments
Post a Comment