অসম আৰক্ষীৰ কনিষ্টবল পৰীক্ষাৰ ফলাফল ঘোষণা

  • অসম আৰক্ষীৰ কনিষ্টবল পৰীক্ষাৰ ফলাফল ঘোষণা।
  • ৬,৬৬২ টা কনিষ্টবল পদৰ ফলাফল ঘোষণা।
  • APROৰ ৮১৩ টা কনিষ্টবল পদৰ ফলাফল ঘোষণা।
  • F&ESৰ ৭৮৮ টা কনিষ্টবল পদৰ ফলাফল ঘোষণা।
  • DGCDৰ ৭৫৪ টা কনিষ্টবল পদৰ ফলাফল ঘোষণা
  • AISFৰ ১৫৪ টা কনিষ্টবল পদৰ ফলাফল ঘোষণা নহ’ল।
  • আদালতত চলি থকা গোচৰৰ বাবে ঘোষণা কৰা নহ’ল ফলাফল।
  • SLPRBৰ ৱেবছাইটত আপলোড কৰা হৈছে ফলাফল।
  • ফলাফল চাব পাৰিব www.slprbassam.inত


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/U5LDTjb
via IFTTT

Comments