ট্ৰাকৰ খন্দাত থিতাতে প্ৰাণ গ’ল ৩ বছৰীয়া শিশুৰ…

- নগাঁও চহৰত বৃহস্পতিবাৰে পুৱা অঘটন।
- পথ দুৰ্ঘটনাত নিহত শিশু।
- চহৰখনৰ ইছলামপট্টিত সংঘটিত হৈছে এই অঘটন।
- টাকৰ খুন্দাত নিহত হয় আৰফা চুলতান।
- শিশুটিৰ বয়স তিনি বছৰ।
- দুৰ্ঘটানটো সংঘটিত কৰা ট্ৰাক খনৰ নম্বৰ হৈছে এ এছ ০১ ডি ডি ৫৫৯৪
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/QvswT5d
via IFTTT
Comments
Post a Comment