‘আপ’ৰ লক্ষ্য কাৰ্বি আংলং, অতি শীঘ্ৰেই আহিব কেজৰিৱাল

- GMCৰ পিছত এইবাৰ ‘আপ’ৰ লক্ষ্য কাৰ্বি আংলং।
- কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত প্রতিদ্বন্দ্বিতা আপৰ।
- ২৬টা সমষ্টিতে প্রতিদ্বন্দ্বিতা কৰিব আপে।
- শিলচৰৰ চাহ বাগিচা উচ্ছেদৰ বিৰোধিতা আপৰ।
- শীঘ্রেই অসমলৈ আহিব অৰবিন্দ কেজৰিৱাল।
- অৱশ্যে এতিয়াও দিনবাৰ ঠিক হোৱা নাই।
- সংবাদমেলযোগে এই কথা জনালে আপৰ সমন্বয়ক ৰাজীৱ শইকীয়াই।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/vyPobdI
via IFTTT
Comments
Post a Comment