৪ভাৰতীয় সাংবাদিকলৈ পুলিৎজাৰ বঁটাঃ আফগানিস্তানত মৃত্যু হোৱা মৰণোত্তৰভাৱে পুলিৎজাৰ…

  • ২০২২ বৰ্ষৰ পুলিৎজাৰ বঁটা ঘোষণা
  • ৪ ভাৰতীয় সাংবাদিকে লাভ কৰিছে এই বঁটা
  • নিউয়ৰ্ক টাইমছে লাভ কৰে ৩ টাকৈ বঁটা
  • ৱাশ্বিংটন পোষ্ট আৰু ৰয়টাৰৰ সাংবাদিকলৈ এই বঁটা
  • ভাৰতীয় সাংবাদিক আদনান আবিদি, ছান্না ইৰছাদ মাট্টুলৈ এই বঁটা
  • অমিত ডাৱে আৰু ডানিছ ছিদ্দিকিলৈ পুলিৎজাৰ বঁটা
  • ডানিছ ছিদ্দিকিক মৰণোত্তৰভাৱে প্রদান কৰা হৈছে এই বঁটা
  • আফগানিস্তানত তালিবানৰ আক্রমণত মৃত্যু হৈছিল ডানিছৰ
  • ৰয়টাৰৰ হৈ ডানিছ ছিদ্দিকিলৈ এই বঁটা


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/td5X9yD
via IFTTT

Comments