বটদ্রৱাৰ ভোমোৰাগুৰিত উত্তপ্ত পৰিস্থিতি

  • বটদ্রৱাৰ ভোমোৰাগুৰিত উত্তপ্ত পৰিস্থিতি
  • ধিং ৰাজহ চক্র বিষয়া কাৰ্যালয়ৰ মণ্ডলৰ সন্মুখত ৰাইজৰ প্রতিবাদ
  • মুখ্যমন্ত্রীৰ নাম লৈ মণ্ডলৰ ৰাইজক ভাবুকি
  • সাংবাদিককো অভব্য আচৰণ লাট মণ্ডলৰ
  • এটা ম’বাইল টাৱাৰত বিদ্যুৎ সংযোগ কৰাক লৈ উত্তপ্ত পৰিস্থিতি
  • JIO কোম্পানীৰ ম’বাইল টাৱাৰত বিদ্যুৎ সংযোগত বাধা স্থানীয় ৰাইজৰ
  • ১১ হাজাৰ ভল্টৰ বিদ্যুৎ সংযোগ কৰাক লৈ বাধা ৰাইজৰ
  • ধিং ৰাজহ চক্র বিষয়া গৰাকীও বিদ্যুৎ সংযোগ কাৰ্যত জড়িত থকাৰ অভিযোগ
  • ঘটনাস্থলীত বটদ্রৱা আৰক্ষী উপস্থিত হোৱাত পলায়ন JIO কোম্পানীৰ দলটোৰ


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/bXgM8RP
via IFTTT

Comments