কোকৰাঝাৰত উদ্ধাৰ মিৰ্জাৰ এগৰাকী যুৱকৰ মৃতদেহ…

  • কোকৰাঝাৰত যুৱকৰ মৃতদেহ উদ্ধাৰ
  • মৃতদেহটো মিৰ্জাৰ অন্তৰিক্ষ শৰ্মাৰ বুলি চিনাক্ত
  • অন্তৰিক্ষ বি বি ইঞ্জিনীয়াৰিং কলেজৰ ছাত্র
  • গৌৰাং নদীত ওপঙি থকা অৱস্থাত উদ্ধাৰ অন্তৰিক্ষৰ মৃতদেহ
  • ৬ জুলাইৰ পৰা সন্ধানহীন হৈ আছিল অন্তৰিক্ষ শৰ্মা


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/ZGg2fIO
via IFTTT

Comments