ৰাজ্যসভালৈ দেশৰ বিশেষ ৪ গৰাকী ব্যক্তিক মনোনীত, পিটি উষাৰ লগতে আছে…

- ৰাজ্যসভালৈ দেশৰ বিশেষ ৪ গৰাকী ব্যক্তিক মনোনীত
- বিভিন্ন ক্ষেত্রৰ ৪ গৰাকী ব্যক্তিক মনোনীত ৰাষ্ট্রপতিৰ।
- এথলীট পি টি উষা, সংগীত শিল্পী ইলেয়া ৰাজাক মনোনীত।
- সমাজসেৱক বীৰেন্দ্র হেগড়েক ৰাজ্যসভালৈ মনোনীত।
- ৰাজ্যসভালৈ মনোনীত হৈছে ছবি নিৰ্মাতা বিজয়েন্দ্র প্রসাদ।
- মনোনীত ৪ সাংসদক প্রধানমন্ত্রীৰ টুইটযোগে অভিনন্দন।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/HDEuzYo
via IFTTT
Comments
Post a Comment